ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৬
  • “চোৱা, মই সকলোকে নতুন কৰোঁ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “চোৱা, মই সকলোকে নতুন কৰোঁ”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এখন নতুন জগত
    পৰ দি থাকক!
  • যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৬
নতুন যিৰূচালেমৰ দেৱালবোৰ মূল্যৱান মণি আৰু নগৰখন এক স্বচ্ছ কাঁচৰ দৰে প্ৰকৃত সোণ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ২০-২২

“চোৱা, মই সকলোকে নতুন কৰোঁ”

২১:১-৫

সকলোকে নতুন কৰিম বুলি যিহোৱাই প্ৰতিজ্ঞা কৰিছে।

  • “নতুন আকাশ-মণ্ডল”: এখন নতুন চৰকাৰ, যাৰ যোগেদি পৃথিৱীত ধাৰ্ম্মিকতা স্থাপন কৰা হʼব

  • “নতুন পৃথিবী”: ঈশ্বৰৰ শাসনক স্বীকাৰ কৰা আৰু তেওঁৰ ধাৰ্ম্মিক মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰা লোকসকলৰ এখন সমাজ

  • “সকলোকে নতুন”: শাৰীৰিক, মানসিক আৰু আবেগিকভাৱে ভুগী থকা এই সকলো যন্ত্ৰনা, প্ৰতিদিনে অনুভৱ কৰা আনন্দময় স্মৃতিৰে নাইকিয়া কৰিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক