অব্ৰাহামে ইচহাকক যিহোৱাৰ বিষয়ে শিক্ষা দিছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ?
পদ: যিচ ৪৬:১০
পৰৱৰ্তী সাক্ষাতৰ বাবে: বাইবেলৰ কোনবোৰ ভৱিষ্যতবাণী আমি পূৰ হোৱা দেখিবলৈ পাইছোঁ?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: বাইবেলৰ কোনবোৰ ভৱিষ্যতবাণী আমি পূৰ হোৱা দেখিবলৈ পাইছোঁ?
পদ: ২তীম ৩:১-৫
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ অনুসৰি ভৱিষ্যতে আমি কি কি আশীৰ্বাদ লাভ কৰিম?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ অনুসৰি ভৱিষ্যতে আমি কি কি আশীৰ্বাদ লাভ কৰিম?
পদ: যিচ ৬৫:২১-২৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰৰ এই প্ৰতিজ্ঞাবোৰ পূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ পুত্ৰই কি ভূমিকা পালন কৰিব?