ফেব্ৰুৱাৰী ৩-৯
আদিপুস্তক ১২-১৪
গীত ১৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“এক চুক্তি যিয়ে আপোনাক প্ৰভাৱিত কৰে”: (১০ মি.)
আদি ১২:১, ২—যিহোৱাই অব্ৰামক (অব্ৰাহামক) আশীৰ্ব্বাদ দিম বুলি প্ৰতিজ্ঞা কৰিছিল (it-১-E ৫২২ ¶৪)
আদি ১২:৩—“তোমাতেই পৃথিবীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব” (w৮৯-E ৭/১ ৩ ¶৪)
আদি ১৩:১৪-১৭—যিহোৱাই অব্ৰাহামক সেই দেশ দেখুৱাইছিল, যʼত তেওঁৰ সতি-সন্ততিসকলে থাকিব (it-২-E ২১৩ ¶৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ১৩:৮, ৯—বাদ-বিবাদ সমাধান কৰাৰ সময়ত আমি অব্ৰাহামৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (w১৬.০৫-E ৫ ¶১২)
আদি ১৪:১৮-২০—লেবীয়ে “অব্ৰাহামৰ দ্বাৰাই দহ ভাগৰ এভাগ” কেনেকৈ দিলে? (ইব্ৰী ৭:৪-১০; it-২-E ৬৮৩ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ১২:১-২০ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। মূল বিষয়বোৰ স্পষ্ট কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৪ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১২-E ১/১ ৮—বিষয়: চাৰাক কিহে ঈশ্বৰ আৰু অব্ৰাহামৰ দৃষ্টিত বহুমূলীয়া কৰি তুলিলে? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ব্ৰডকাষ্টিঙৰ গীতৰপৰা আপুনি কি শিকিব পাৰে?”: (১০ মি.) আলোচনা। নিচেই কাষত আছে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অতিৰিক্ত লেখ ২২১-২২৩
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৩২ আৰু প্ৰাৰ্থনা