ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৫-১৬
গীত গাই যিহোৱাক প্ৰশংসা কৰক
১৫:১, ২, ১১, ১৮, ২০, ২১
সংগীতে আমাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই। গান গোৱাটো যিহোৱাৰ উপাসনাৰ এটা গুৰুত্বপূৰ্ণ ভাগ হয়।
মোচি আৰু ইস্ৰায়েলীসকলে চূফ সাগৰ পাৰ হোৱাৰ পাছত যিহোৱাৰ প্ৰশংসা কৰিবলৈ গীত গাইছিল
ৰজা দায়ূদে ৪,০০০ সংগীতকাৰ আৰু গায়কসকলক মন্দিৰত সেৱা কৰিবলৈ নিযুক্ত কৰিছিল
যীচুৱে নিজৰ মৃত্যুৰ আগ নিশা বিশ্বাসী পাঁচনিসকলৰ লগত যিহোৱাৰ প্ৰশংসা কৰিবলৈ গীত গাইছিল
মই যিহোৱাক প্ৰশংসা কৰিবলৈ কেতিয়া গীত গাব পাৰোঁ?