ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৫
  • যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • সৎকৰ্ম্মৰ বাবে এক লোকসমূহ হিচাবে শুচি হোৱা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পৰিষ্কাৰ লোকক ঈশ্বৰে প্ৰেম কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ঈশ্বৰৰ সেৱকসকল পবিত্ৰ হোৱা উচিত
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • শুদ্ধতা প্ৰকৃততে ইয়াৰ অৰ্থ কি?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১৪-১৫

যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত

১৫:১৩-১৫, ২৮-৩১

আমি আভ্যন্তৰিণ আৰু বাহ্যিক দিশত শুদ্ধ হৈ থাকিলেহে যিহোৱাই আমাক প্ৰেম কৰিব। ইয়াৰ অৰ্থ হৈছে আমি শাৰীৰিকভাৱে পৰিষ্কাৰ হোৱাৰ লগতে আমাৰ ঘৰৰ চৌপাশৰ বস্তুবোৰ পৰিষ্কাৰ কৰি ৰখা উচিত। আমাৰ আচাৰ-ব্যৱহাৰ আৰু উপাসনাও শুদ্ধ কৰি ৰখা উচিত। আমি এনে কোনো কাম কৰা উচিত নহয়, যিবোৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা আৰু যাৰপৰা আমি অশুচি হʼব পাৰোঁ।

ছবি: অশুচিতাক চিত্ৰিত কৰা জগতৰ দৃশ্য। ১. এজন পাদুৰিয়ে সৈন্যবাহিনীৰ বাবে প্ৰাৰ্থনা কৰিছে। ২. এগৰাকী পাদুৰিয়ে দুজন পুৰুষৰ মাজত বিবাহ সম্পন্ন কৰিছে। ৩. এখন ভীৰ-ভাৰ শপিং মলত খ্ৰীষ্টৰ জন্মৰ দৃশ্য আৰু বৰদিনৰ গছ দেখুৱা হৈছে।

জগতৰ আচাৰ-ব্যৱহাৰৰপৰা আঁতৰি থাকি মই কেনেকৈ লাভৱান হʼব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক