ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১২
  • যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আপুনি নিজৰ ভুলৰপৰা শিকেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে

[গণনা পুস্তক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

ইস্ৰায়েলীসকলৰ তিনিটা তিনিটা ফৈদে দল হিচাপে তম্বু লগাইছিল (গণ ১:৫২, ৫৩; w৯৪-HI ১২/১ ৯ ¶৪)

ইস্ৰায়েলৰ গোটেই ছাউনিত লোকসকলৰ গণনা ৩০,০০,০০০ বা তাতকৈও অধিক আছিল (গণ ২:৩২, ৩৩; it-১-E ৩৯৭ ¶৪)

যিহোৱাই তেওঁৰ লোকসকলে সংগঠিত ভাৱে, তেওঁৰ উপাসনা কৰাটো বিচাৰে। তেওঁ ইস্ৰায়েলীসকলৰ পৰা এয়াই আশা কৰিছিল আৰু আজি আমাৰ পৰাও এয়াই আশা কৰে।—১কৰি ১৪:৩৩, ৪০.

এই ছবিখনত ইস্ৰায়েলৰ ছাউনিত, কোনটো ফৈদই কʼত তম্বু লগাইছিল দেখোৱা হৈছে। একেবাৰে মাজত পবিত্ৰ-স্থান আছে। তাৰ কাষতে লেবী ফৈদৰ পৰিয়ালবোৰৰ তম্বু আছে: পূবফালে হাৰোণৰ পৰিয়াল, দক্ষিণফালে কহাতৰ পৰিয়াল, পশ্চিমফালে গেৰ্চোনৰ পৰিয়াল আৰু উত্তৰফালে মৰাৰীৰ পৰিয়াল। তেওঁলোকৰ পৰা অলপ আঁতৰত ইস্ৰায়েলৰ ১২টা ফৈদ আছে। পূবফালে ইচাখ, যিহূদা আৰু জবূলূন ফৈদ। দক্ষিণফালে গাদ, ৰূবেন আৰু চিমিয়োন ফৈদ। পশ্চিমফালে বিন্যামীন, ইফ্ৰয়িম আৰু মনচি ফৈদ। উত্তৰফালে নপ্তালী, দান আৰু আচেৰ ফৈদ।

নিজকে সোধক, ‘যিহোৱাৰ সংগঠনত যি ব্যৱস্থা কৰা হৈছে, সেইবোৰ মই পালন কৰিছোঁনে? ইয়াৰ বাবে মই কি কি কৰা উচিত?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক