ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ১৩
  • সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ১৩
ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত এজন পিতৃয়ে নিজৰ লʼৰাক গছৰ ডালত বহি থকা চৰাইজনীক দেখুৱাইছে।

সৃষ্টিৰপৰা বুজিব পাৰি যে যিহোৱাই আমাক বহুত প্ৰেম কৰে, সেইবাবে আমি যদি তেওঁৰ সেৱাত পৰিশ্ৰম কৰোঁ, তেনেহʼলে তেওঁ আমাক বহুতো আশীৰ্বাদ দিব

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে

কেতিয়াবা কেতিয়াবা আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি সৃষ্টিৰ ওপৰত ধ্যান দিবলৈ পাহৰি যাওঁ। কিন্তু আমি যদি সৃষ্টিৰ ওপৰত ধ্যান দিওঁ, তেনহʼলে আমি জানিব পাৰোঁ যে যিহোৱা প্ৰেমী আৰু উদাৰশীল ঈশ্বৰ হয়। যীচুৱেও কৈছিল যে যদি আমি সৃষ্টিৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমি জানিব পাৰিম যে যিহোৱাই আমাক বহুত প্ৰেম কৰে।—মথি ৬:২৫, ২৬.

সৃষ্টিয়ে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে নামৰ ভিডিঅʼখন দেখুৱাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

তলত উল্লেখ কৰা সৃষ্টিবোৰৰপৰা আপুনি যিহোৱাৰ প্ৰেমৰ বিষয়ে কি শিকিলে?

  • পৃথিৱীৰ উপাদান

  • বায়ুমণ্ডল

  • ঘাঁহ

  • জীৱ-জন্তুৰ সৃষ্টি

  • আমাৰ জ্ঞানেন্দ্ৰিয়বোৰ

  • আমাৰ মগজু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক