ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ দৰে নিৰপেক্ষ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৬
পুৰোহিতসকলে নিয়ম চন্দুক লৈ যৰ্দ্দন নদীত খোজ দিছে।

পুৰোহিতসকলে নিয়ম-চন্দুক লৈ যৰ্দ্দন নদীৰফালে আগবাঢ়ি গৈছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক

যিহোৱাই দিয়া নিৰ্দেশনা হয়তো আমাক সঠিক নালাগিব পাৰে (যিহো ৩:১২, ১৩; it–২–E ১০৫; বেটুপাতত দিয়া ছবিখন চাওক)

দায়িত্বত থকা ভাইসকলে নিৰ্দেশনা পালন কৰাৰ ক্ষেত্ৰত ভাল উদাহৰণ ৰখা উচিত (যিহো ৩:১৪; w১৩–HI ৯/১৫ ১৬ ¶১৭)

আমি যেতিয়া যিহোৱাৰ আজ্ঞা পালন কৰি পদক্ষেপ লওঁ, তেতিয়া তেওঁ আমাক আশীৰ্বাদ দিয়ে (যিহো ৩:১৫-১৭; w১৩–HI ৯/১৫ ১৬ ¶১৮)

পুৰোহিতসকলে নিয়ম চন্দুক লৈ শুকান যৰ্দ্দন নদীয়েদি পাৰ হৈছে।

যদি আমি বেমাৰ আৰু সমস্যাৰ সত্ত্বেও প্ৰচাৰ কৰিবলৈ আগবাঢ়ি যাওঁ, তেনেহʼলে তেওঁ আমাক আশীৰ্বাদ দিব।

এজনী ভনীয়ে পাৰ্কৰ বেঞ্চত বহি আছে আৰু এগৰাকী তিৰোতাক সাক্ষ্য দিছে। তাই এনে এখন দেশত আছে, যʼত আমাৰ কাম নিষেধ আছে। এজন পুলিচে সেই ফালেদি পাৰ হৈছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক