ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ২
  • যিহোৱাৰ দৰে নিৰপেক্ষ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ দৰে নিৰপেক্ষ হওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মানোহ আৰু তেওঁৰ পত্নীৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ২
চলফাদৰ পাঁচজনী জীয়েকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখত তেওঁলোকৰ উত্তৰাধিকাৰৰ বাবে মোচিৰ ওচৰত গোচৰ কৰিছে।

চলফাদৰ জীয়েকবিলাকে নিজৰ পিতৃৰ উত্তৰাধিকাৰৰ বাবে মিনতি কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ দৰে নিৰপেক্ষ হওক

চলফাদৰ পাঁচজনী জীয়েকে তেওঁলোকৰ পিতৃৰ উত্তৰাধিকাৰ তেওঁলোকে পোৱাটো বিচাৰিছিল (গণ ২৭:১-৪; w১৩-HI ৬/১৫ ১০ ¶১৪; বেটুপাতত দিয়া ছবিখন চাওক)

যিহোৱাই সঠিক নিৰ্ণয় লʼলে, তেওঁ পক্ষপাত নকৰিলে (গণ ২৭:৫-৭; w১৩-HI ৬/১৫ ১১ ¶১৫)

আমিও পক্ষপাত কৰা উচিত নহয় (গণ ২৭:৮-১১; w১৩-HI ৬/১৫ ১১ ¶১৬)

আমি সকলো ভাই-ভনীক প্ৰেম আৰু সন্মান কৰা উচিত। সকলো জাতি আৰু ভাষাৰ লোকসকলক প্ৰচাৰ কৰা উচিত।

ছবি: নিৰপেক্ষতা দেখুৱাৰ উপায়। ১. এখন ঘৰত বিভিন্ন বসয় আৰু জাতিৰ পাঁচজন বন্ধুৱে আহাৰ আৰু সংগতিৰ আনন্দ লৈছে। ২. এহাল দম্পতীয়ে শৰণাৰ্থী শিবিৰৰ ওচৰত অন্য জাতিৰ এজন ব্যক্তিক প্ৰচাৰ কৰিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক