ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ১২
  • অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • ‘তুমি নিজৰ এই বলেৰে যোৱা’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিজকে বৰ বুলি বিবেচনা নকৰিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক

গিদিয়োন নম্ৰ আছিল, সেইবাবে তেওঁ শান্তি বজাই ৰাখিব পাৰিলে (বিচা ৮:১-৩; w০০-HI ৮/১৫ ২৫ ¶৪)

গিদিয়োনে নম্ৰ হোৱাৰ বাবে নিজৰ প্ৰশংসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ মহিমা কৰিলে (বিচা ৮:২২, ২৩; w১৭.০১-HI ২০ ¶১৫)

অবীমেলেক অহংকাৰী আছিল, সেইবাবে তেওঁৰ লগতে আনৰো হানি হʼল (বিচা ৯:১, ২, ৫, ২২-২৪; w০৮-HI ২/১৫ ৯ ¶৯)

এহাল দম্পতীয়ে প্ৰচাৰ কৰি আছে আৰু এজন গৃহস্থই তেওঁলোকৰ ওপৰত চিঞৰিছে।

যেতিয়া গৃহস্থই খং কৰে, তেতিয়া নম্ৰ হৈ থাকিলে আমি কি কৰিব পাৰিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক