ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ১০
  • ‘তুমি নিজৰ এই বলেৰে যোৱা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘তুমি নিজৰ এই বলেৰে যোৱা’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰাচীনসকল, গিদিয়োনৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • গিদিয়োন আৰু তেওঁৰ ৩০০ সৈনিক
    বাইবেলৰ কাহিনী
  • অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মানোহ আৰু তেওঁৰ পত্নীৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ১০
গিদিয়োন আৰু তেওঁৰ লোকসকলে হাতত শিঙা আৰু চুঙা চাকি লৈ চিঞৰি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘তুমি নিজৰ এই বলেৰে যোৱা’

যিহোৱাই গিদিয়োনক এটা কঠিন দায়িত্ব দিলে (বিচা ৬:২-৬, ১৪)

গিদিয়োনে ভাবিছিল যে তেওঁ এই কামৰ বাবে যোগ্য নহয় (বিচা ৬:১৫; w০২-HI ২/১৫ ৬-৭)

যিহোৱাৰ সহায়ত গিদিয়োনে যুদ্ধত জয়লাভ কৰিলে (বিচা ৭:১৯-২২; w০৫-HI ৭/১৫ ১৬ ¶৩)

প্ৰচাৰত দুজন ভায়ে এগৰাকী তিৰোতাৰ ওচৰলৈ গৈছে। এজন ভায়ে উইলচেয়াৰত বহিছে আৰু আনজনে তেওঁক ঠেলি নিছে।

যিহোৱাৰ সেৱাত আমি সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে। যেতিয়া আমি দুৰ্বল হওঁ, তেতিয়া আমি পবিত্ৰ আত্মাৰ সহায়ত যিহোৱাৰ সেৱা কৰিব পাৰোঁ।—যিচ ৪০:৩০, ৩১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক