ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক
ইস্ৰায়েলীসকলে বাৰে বাৰে যিহোৱাৰপৰা পৰামৰ্শ বিচাৰিলে (বিচা ২০:১৭, ১৮, ২৩; w১১-HI ৯/১৫ ৩২ ¶৩)
ইস্ৰায়েলীসকলে বিষয়টো যিহোৱাৰ হাতত এৰি দিলে আৰু তেওঁ নিজৰ নামত লগা কলংক আঁতৰাব বুলি বিশ্বাস কৰিলে (বিচা ২০:২৬-২৮)
আমি যিহোৱাৰপৰা পৰামৰ্শ লৈ থকা উচিত আৰু তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত (বিচা ২০:৩৫; লূক ১১:৯; w১১-HI ৯/১৫ ৩২ ¶৫)
নিজকে সোধক: ‘যেতিয়া সমস্যা আহে, তেতিয়া মই লগে লগে যিহোৱাৰপৰা সহায় লওঁনে? মই বাৰে বাৰে তেওঁৰপৰা পৰামৰ্শ লওঁনে?’