ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ৬
  • প্ৰকৃত প্ৰেম কৰি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰকৃত প্ৰেম কৰি থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ৰূথ আৰু নয়মী
    বাইবেলৰ পৰা শিকোঁ আহা
  • ৰূথ আৰু নয়মী
    বাইবেলৰ কাহিনী
  • ৰূথ কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

প্ৰকৃত প্ৰেম কৰি থাকক

[ৰূথ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

নয়মীয়ে ৰূথ আৰু অৰ্পাক মোৱাব দেশলৈ উভতি যাবলৈ কৈছিল (ৰূথ ১:৮-১৩; w১৬.০২-HI ১৪ ¶৫)

ৰূথে নয়মী আৰু যিহোৱাক নেৰিম বুলি কʼলে (ৰূথ ১:১৬, ১৭; w১৬.০২-HI ১৪ ¶৬)

ছবি: ১. এগৰাকী মাতৃ আৰু তাইৰ সৰু ছোৱালীয়ে এহাল দম্পতীৰ লগত ভিডিঅ’ কʼলৰ যোগেদি কথা পাতিছে। ২. সেই দম্পতীয়ে মাক আৰু ছোৱালীৰ বাবে আহাৰ বনাই আৰু খাদ্যৰ বাস্কেট আনি দিছে।

যদি এজন ব্যক্তিয়ে কাৰোবাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকে, তাকে প্ৰকৃত প্ৰেম বুলি কোৱা হয়। যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক প্ৰকৃত প্ৰেম কৰে। (গীত ৬৩:৩) আমিও এজনে-আনজনক প্ৰকৃত প্ৰেম কৰা উচিত।—হিতো ২১:২১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক