ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ৪
  • “যুদ্ধ যিহোৱাৰেই”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যুদ্ধ যিহোৱাৰেই”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • সফলতা লাভ কৰিলেও নম্ৰ হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • দায়ূদে ভয় কৰা নাছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • বলিদানতকৈ আজ্ঞা পালন কৰাটো উত্তম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • দায়ূদ আৰু গলিয়াথ
    বাইবেলৰ কাহিনী
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ৪
গলিয়াথ তেওঁৰ ঢাল লোৱা ব্যক্তিজনৰ লগত আছে আৰু তেওঁ যুদ্ধক্ষেত্ৰত দায়ূদক ঠাট্টা কৰিছে।

দায়ূদে গলিয়াথৰ মুখা-মুখি হৈছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“যুদ্ধ যিহোৱাৰেই”

দায়ূদে যিহোৱাৰ ওপৰত বিশ্বাস কৰিছিল কিয়নো তেওঁ যিহোৱাৰ বিষয়ে জানিছিল আৰু যিহোৱাই তেওঁক আগতেও সহায় কৰিছিল (১চমূ ১৭:৩৬, ৩৭; wp১৬.৪-HI ১১ ¶২-৩)

দায়ূদতকৈ গলিয়াথ কিমান ডাঙৰ হয়, তাৰ চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ দৃষ্টিত গলিয়াথ কিমান সৰু হয়, তাৰ বিষয়ে দায়ূদে চিন্তা কৰিছিল। (১চমূ ১৭:৪৫-৪৭; wp১৬.৪-HI ১১ ¶৮–১২ ¶১)

যিহোৱাই দায়ূদক সহায় কৰাৰ বাবে তেওঁ ডাঙৰ আৰু শক্তিশালী শত্ৰুক পৰাজয় কৰিলে (১চমূ ১৭:৪৮-৫০; wp১৬.৪-HI ১২ ¶৫; বেটুপাতত দিয়া ছবিখন চাওক)

এজন মানুহে চিগাৰেটৰ পেকেটটো জাবৰ পেলোৱা ঠাইত পেলাই দিছে।

বহুবাৰ আমি হয়তো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼব পাৰোঁ। যেনে, অত্যাচাৰ সহন কৰা বা কোনো বেয়া অভ্যায় এৰা। এই সমস্যাবোৰ আমাক যিমানেই ডাঙৰ নালাগক কিয়, কিন্তু সৰ্বশক্তিমান যিহোৱাৰ দৃষ্টিত এইবোৰ একেবাৰে সৰু।—ইয়ো ৪২:১, ২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক