ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ১৫
  • ‘প্ৰেমে অহংকাৰ নকৰে’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘প্ৰেমে অহংকাৰ নকৰে’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰেমৰ কেতিয়াও লুপ্ত নহব
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • “প্ৰেমে . . . সকলোতে আশা কৰে”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ১৫
ছবি: ১. বাইবেল পঢ়াৰ আগতে এজন ভায়ে প্ৰাৰ্থনা কৰিছে। ২. তেওঁ ৰাজ্যগৃহ চাফা কৰিছে। ৩. তেওঁ নিজৰ পত্নীৰ লগত এগৰাকী বয়সস্থ ভনীক হস্পিতালত লগ কৰিবলৈ গৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘প্ৰেমে অহংকাৰ নকৰে’

প্ৰেমে আমাক নম্ৰ হৈ থাকিবলৈ সহায় কৰে। (১কৰি ১৩:৪, ৫) যদি আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁলোকক নিজতকৈ উত্তম বুলি ভাবিম। আমি তেওঁলোকৰ ভাল গুণবোৰ চাম আৰু তেওঁলোকক সহায় কৰিবলৈ নিজৰ দক্ষতা ব্যৱহাৰ কৰিম। (ফিলি ২:৩, ৪) আমি যিমানেই এই প্ৰেম দেখুৱাওঁ, যিহোৱাই সিমানেই আমাক তেওঁৰ কামত ব্যৱহাৰ কৰিব।

প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—অহংকাৰ নকৰে নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • অবচালোমৰ ওচৰত কি কি আছিল, যিবোৰ আনৰ ওচৰত নাছিল?

  • তেওঁ কেনেকৈ এইবোৰৰ বেয়া ব্যৱহাৰ কৰিলে?

  • আমি অহংকাৰী নহʼবলৈ কিহৰ প্ৰতি ধ্যান দিব লাগিব?—গালা ৫:২৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক