ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ২
  • বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ডেকা ভাই-ভনীসকলক সন্মান কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ২
বৰ্জিল্লই দায়ূদৰ প্ৰস্তাৱ স্বীকাৰ নকৰিলে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক

বৰ্জিল্লয়ে দায়ূদৰ ৰাজমহলত কাম কৰিবলৈ সুযোগ পাইছিল (২চমূ ১৯:৩২, ৩৩; w১৮.০৯-HI ৯ ¶৭)

বৰ্জিল্লয়ে জানিছিল যে তেওঁ এই কাম কৰিব নোৱাৰে, সেইবাবে তেওঁ মানা কৰিলে (২চমূ ১৯:৩৪, ৩৫; w২১.৯ ১০ ¶৭)

বৰ্জিল্লৰ দৰে মৰ্য্যাদাত থাকক (w০৭-E ৭/১৫ ১৫ ¶১-২)

যিজন ব্যক্তিয়ে মৰ্য্যাদাত থাকে, তেওঁ জানে যে তেওঁ কি কৰিব পাৰিব আৰু কি নোৱাৰিব। আমি মৰ্য্যাদাত থাকিলে যিহোৱাই আমাৰপৰা আনন্দিত হʼব। (মীখা ৬:৮) মৰ্য্যাদাত থাকিলে আমাৰ কেনেকৈ লাভ হʼব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক