ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১২
  • দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১২
মন্দিৰৰ দুৱাৰ মূখত দুফালে দুটা তামৰ স্তম্ভ আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?

মন্দিৰৰ বাৰাণ্ডাত দুটা ওখ স্তম্ভ স্থাপন কৰা হʼল (১ৰাজা ৭:১৫, ১৬; w১৩-E ১২/১ ১৩ ¶৩)

স্তম্ভবোৰক অৰ্থপূৰ্ণ নাম দিয়া হʼল। যাখীনৰ অৰ্থ হৈছে “যিহোৱাই দৃঢ়তাৰে ৰাখক” আৰু হয়তো বোৱজৰ অৰ্থ হৈছে “শক্তিৰে সৈতে” (১ৰাজা ৭:২১; it-১-E ৩৪৮)

যেতিয়ালৈকে যিহোৱাৰ লোকসকলে তেওঁৰ ওপৰত নিৰ্ভৰ আছিল, তেতিয়ালৈকে যিহোৱাই তেওঁলোকক সহায় কৰি থাকিল আৰু মন্দিৰক দৃঢ়তাৰে ৰাখিলে (গীত ১২৭:১)

বাইবেলৰ সত্যতা শিকি থকাৰ সময়ত যিহোৱাই আমাক বহুতো সমস্যাৰ সন্মুখীন হʼবলৈ সহায় কৰিলে। কিন্তু এতিয়াও আমি যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থকাটো অতি প্ৰয়োজন। তেতিয়াহে আমি “বিশ্বাসত সুস্থিৰ” অৰ্থাৎ থিৰে থাকিব পাৰিম।—১কৰি ১৬:১৩.

ছবি: ১. এজনী ভনীয়ে দোকানৰ ওচৰত এগৰাকী যুৱতীক “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখন দিছে। ২. সেই যুৱতীয়ে ঘৰত “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” কিতাপখন পঢ়ি থকাৰ সময়ত তাই চিগাৰেট খোৱাৰ অভ্যাসৰ বিষয়ে চিন্তা কৰিছে। ৩. তাই বাপ্তিষ্মা লৈছে।

নিজকে সোধক, ‘মই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁনে? এয়া মই কেনেকৈ দেখুৱাব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক