ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১১
  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মন্দিৰ নিৰ্ম্মাণ
    বাইবেলৰ কাহিনী
  • চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ কাৰণে এখন মন্দিৰ
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১১
মন্দিৰ নিৰ্মাণ কাৰ্য্যৰ এজন কৰ্মীয়ে নক্সাখনৰ বিষয়ে আলোচনা কৰাৰ সময়ত, ৰজা চলোমনে মনোযোগেৰে শুনিছে।

ৰজা চলোমনে মন্দিৰৰ নিৰ্মাণ কাম কিমান আগবাঢ়িছে, তাৰ চোৱা-চিতা কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে

চলোমনে মন্দিৰ বনাবলৈ আটাইতকৈ উত্তম বস্তু ব্যৱহাৰ কৰিলে (১ৰাজা ৫:৬, ১৭; w৯৯-HI ১/১ ৩২)

বহুতোলোকে এই কামত সহায় কৰিলে (১ৰাজা ৫:১৩-১৬; it-১-E ৪২৪; it-২-E ১০৭৭ ¶১)

চলোমন আৰু লোকসকলে সাত বছৰ ধৰি কঠিন পৰিশ্ৰম কৰি মন্দিৰ বনালে (১ৰাজা ৬:৩৮; বেটুপাতত দিয়া ছবিখন চাওক)

চলোমন আৰু তেওঁৰ প্ৰজাই মনে-প্ৰাণে কাম কৰিলে, সেইবাবে তেওঁলোকে এখন ধুনীয়া মন্দিৰ বনাব পাৰিলে। ইয়াৰপৰা যিহোৱাৰ মহিমা হʼল। কিন্তু যিহোৱাৰ উপাসনাৰ বাবে তেওঁলোকৰ যি উৎসাহ আছিল, সেই উৎসাহ পিছৰ প্ৰজন্মৰ নাছিল। তেওঁলোকে মন্দিৰৰ চোৱা-চিতা নকৰিলে, সেইবাবে পাছলৈ মন্দিৰ নাশ হʼল।

ভাই-ভনীসকলে আনন্দেৰে ৰাজ্যগৃহ চাফ-চিকুণ কৰি আছে। পিছফালে কিছুমান ভাই-ভনীয়ে দান-পাত্ৰত দান দি আছে, কথা পাতি আছে আৰু মণ্ডলীৰ বাবে প্ৰকাশনবোৰ পৰিপাটিকৈ থৈছে।

নিজকে সোধক, ‘যিহোৱাৰ সেৱাৰ বাবে মোৰ উৎসাহ কম নহʼবলৈ মই কি কৰি আছোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক