ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা
মন্দিৰৰ উদ্ঘাটন কৰাৰ সময়ত চলোমনে সকলোৰে আগত হৃদয়েৰে প্ৰাৰ্থনা কৰিলে (১ৰাজা ৮:২২; w০৯-HI ১১/১৫ ৯ ¶৯-১০)
চলোমনে লোকসকলৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ পৰিৱৰ্তে যিহোৱাৰ মহিমা কৰিলে (১ৰাজা ৮:২৩, ২৪)
চলোমনে নম্ৰ হৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে (১ৰাজা ৮:২৭; w৯৯-HI ১/১৫ ১৭ ¶৭-৮)
চলোমনৰ প্ৰাৰ্থনাৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। যদি লোকসকলৰ আগত আমাক প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেনেহʼলে আমি যিহোৱাক কি কʼবলৈ বিচাৰিছোঁ, তালৈ ধ্যান দিয়া উচিত। লোকসকলে আমাৰ বিষয়ে কি ভাবিব, তালৈ ধ্যান দিয়া উচিত নহয়।