ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ২
  • যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • জ্ঞানী ৰজা চলোমন
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক

যিহোৱাই চলোমনক অদ্ভুদ বুদ্ধি দিলে (১ৰাজা ১০:১-৩; w৯৯-HI ৭/১ ৩০ ¶৬)

চলোমনৰ বুদ্ধি দেখি চিবাৰ ৰাণী আচৰিত হৈছিল (১ৰাজা ১০:৪, ৫; w৯৯-HI ১১/১ ২০ ¶৬)

যিহোৱাই চলোমনক ৰজা পতাৰ বাবে চিবাৰ ৰাণীয়ে যিহোৱাৰ প্ৰশংসা কৰিলে (১ৰাজা ১০:৬-৯; w৯৯-HI ৭/১ ৩০-৩১)

এজনী ভনীয়ে কফি চপত এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে।

চিবাৰ ৰাণীৰ দৰে আমিও যিহোৱাৰ পৰা পোৱা বুদ্ধিৰ বাবে মূল্যাংকণ কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে আমি যীচুৱে শিকোৱা কথা পালন কৰা উচিত আৰু তেওঁৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (মথি ১২:৪২; ১পিত ২:২১) দ্বিতীয় উপায় হৈছে আমি লোকসকলক ঈশ্বৰৰ বুদ্ধিৰ বিষয়ে জনোৱা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক