ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১০
  • ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • জ্ঞানী ৰজা চলোমন
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১০
চলোমনে দুগৰাকী বেশ্যাৰ ন্যায় কৰিছে, যিসকলে একেটা সন্তানৰ মাতৃ হোৱাৰ দাবী কৰিছিল।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়

চলোমনে যিহোৱাৰপৰা বুদ্ধি বিচাৰিলে (১ৰাজা ৩:৭-৯; w১১-HI ১২/১৫ ৮ ¶৪-৬)

চলোমনৰ মিনতি শুনি যিহোৱাই আনন্দিত হʼল (১ৰাজা ৩:১০-১৩)

চলোমনে বুদ্ধিমতাৰে কাম কৰিলে, সেইবাবে তেওঁৰ ৰাজ্যত আন ৰাষ্ট্ৰবোৰৰপৰা কোনো ভয় নাছিল। লোকসকলে শান্তিৰে জীৱন-যাপন কৰিলে (১ৰাজা ৪:২৫)

বুদ্ধিমতাৰে কাম কৰাৰ অৰ্থ হৈছে কোনো এটা পৰিস্থিতিৰ বিষয়ে সকলো কথা ভালদৰে জনা আৰু তাৰ বিষয়ে ভালদৰে বুজি পোৱা আৰু তাৰ অনুসৰি কাম কৰা। বাইবেলত লিখা আছে যে সোণতকৈ বুদ্ধি উত্তম। (হিতো ১৬:১৬) আমি কেনেকৈ সেই বুদ্ধি লাভ কৰিব পাৰোঁ? আমি ঈশ্বৰৰপৰা বুদ্ধি বিচাৰিব লাগিব, তেওঁলৈ ভয় ৰাখিব লাগিব, নম্ৰ হʼব লাগিব, মৰ্য্যাদাত থাকিব লাগিব আৰু গভীৰভাৱে বাইবেল অধ্যয়ন কৰিব লাগিব, তেতিয়াহে ঈশ্বৰে আমাক বুদ্ধি দিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক