ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৮
  • আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • শান্তিৰ সময়ত বুদ্ধিমতাৰে কাৰ্য্য কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ডেকা ভাইসকল, আপোনালোকে আনৰ ভৰসা কেনেকৈ লাভ কৰিবে পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “যিহোৱা ক’ত” বুলি আপুনি প্ৰশ্ন কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?

আচাই সত্য উপাসনাৰ বাবে উৎসাহেৰে পদক্ষেপ লʼলে (১ৰাজা ১৫:১১, ১২; w১২-HI ৮/১৫ ৮ ¶৪)

আচাই সাহস দেখুৱালে আৰু নিজৰ পৰিয়ালতকৈ যিহোৱাৰ উপাসনাক বেছি গুৰুত্ব দিলে (১ৰাজা ১৫:১৩; w১৭.০৩-HI ১৯ ¶৭)

আচাই কিছুমান ভুল কৰিছিল, কিন্তু যিহোৱাই তেওঁৰ ভাল গুণবোৰলৈ ধ্যান দিলে আৰু তেওঁক বিশ্বাসী বুলি কʼলে (১ৰাজা ১৫:১৪, ২৩; it-১-E ১৮৪-১৮৫)

এজন পুত্ৰই বেগ লৈ ঘৰৰ পৰা ওলাই গৈছে। তেওঁৰ দেউতাকে কান্দি থকা মাক আৰু ভনীয়েকক শান্ত্বনা দি আছে।

নিজকে সোধক: ‘সত্য উপাসনাৰ বাবে মোৰ উৎসাহ আছেনে? মই এনে কোনো লোক বা পৰিয়ালৰ সদস্যৰ লগত সংগতি কৰিবলৈ এৰি দিওঁনে, যিজনে যিহোৱাক এৰি দিছে?’—২যোহ ৯, ১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক