ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১১
  • যিহোৱাই নিজৰ অধীনত থকাসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা শিকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ অধীনত থকাসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা শিকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই নিজৰ অধীনত থকাসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা শিকক

যিহোৱাৰ সমান অধিকাৰ কাৰো নাই (১ৰাজা ২২:১৯; cl-HI ৫৯ ¶৫)

যিহোৱাৰ অধীনত থকা লোকসকলক তেওঁ সন্মান দিয়ে (১ৰাজা ২২:২০-২২; w২১.০২ ৪ ¶৯)

যিহোৱাই এজন স্বৰ্গদূতৰ কামত আশীৰ্বাদ দিলে (১ৰাজা ২২:২৩; it-২-E ২৪৫)

এজন দেউতাকে নিজৰ পত্নী আৰু ছোৱালীৰ লগত মিলি পাৰিবাৰিক উপাসনা কৰি আছে। ছোৱালীজনীয়ে উৎসাহেৰে উত্তৰ দিয়া দেখি দেউতাকে হাঁহি আছে।

যিহোৱাই নিজৰ অধীনত থকা লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা প্ৰাচীন আৰু পৰিয়ালৰ মুৰব্বীয়ে বহুতো কথা শিকিব পাৰে। (ইফি ৬:৪; ১পিত ৩:৭; ৫:২, ৩) যেতিয়া তেওঁলোকেও যিহোৱাৰ দৰে ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকৰ অধীনত থকা লোকসকলে সুখী হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক