ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৬
  • খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • সৎকৰ্ম্মৰ বাবে পৰিশ্ৰম কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?

বহুতো ভাই-ভনীয়ে অগ্ৰগামী সেৱা, বেথেল সেৱা বা ৰাজ্যগৃহ নিৰ্মাণ কামত ভাগ লʼবলৈ লক্ষ্য ৰাখে। তেওঁলোকে এই লক্ষ্য পাবলৈ বহুত পৰিশ্ৰম কৰি আগবাঢ়ি যায়। কিছুমান ভায়ে ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি যায়। (১তীম ৩:১) কিন্তু খ্ৰীষ্টানসকলে কি উদ্দেশ্যেৰে আগবাঢ়ি যোৱা উচিত? তেওঁলোকে আনৰ পৰা সন্মান আৰু প্ৰশংসা পাবলৈ কিবা দায়িত্ব বা সেৱা কৰিবলৈ সুযোগ বিচৰাটো উচিত হʼবনে?

কিয় আগবাঢ়ি যোৱা উচিত? (১তীম ৩:১) ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

তলত দিয়া পদবোৰৰ অনুসৰি আমি কি তিনিটা কাৰণৰ বাবে আগবাঢ়ি যোৱা উচিত?

  • মথি ৫:১৪-১৬

  • ১তীম ৪:১৫

  • ইব্ৰী ৫:১৪–৬:১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক