ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ তীমথিয় ১-৩
সৎকৰ্ম্মৰ বাবে পৰিশ্ৰম কৰক
ভাইসকলে সৰু কালতে বেছিকৈ সেৱা কাৰ্য্য কৰিবলৈ প্ৰস্তুতি কৰা উচিত। এনে কৰাৰ যোগেদি তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হʼব আৰু পৰিচাৰক হোৱাৰ যোগ্যতা আহৰণ কৰিব, যাতে তেওঁলোকে ডাঙৰ হৈ পৰিচাৰক হিচাপে সেৱা কৰিব পাৰিব। (১তীম ৩:১০) ভাইসকলে যোগ্য হʼবলৈ কেনেকৈ প্ৰস্তুত হʼব পাৰে? তলত দিয়া গুণবোৰ আহৰণ আৰু বিকশিত কৰাৰ যোগেদি:
আত্মত্যাগ।—km-HI ৭/১৩ ৫ ¶২
আধ্যাত্মিকতা।—km-HI ৭/১৩ ৬ ¶৩
ভৰসাযোগ্য আৰু বিশ্বাসযোগ্য।—km-HI ৭/১৩-HI ৬ ¶৪