ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ২-৩
“কিশোৰ-কিশোৰীসকল—তোমালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছানে?”
সৰুৰেপৰা আধ্যাত্মিক বিষয়বোৰত আৰু পিতৃ-মাতৃক সেৱা কৰাৰ ক্ষেত্ৰত যীচুৱে এক উত্তম উদাহৰণ ৰাখিছে।
কিশোৰ-কিশোৰীসকল, তোমালোকে তলত উল্লেখ কৰা বিষয়বোৰৰ যোগেদি যীচুক কেনেকৈ অনুকৰণ কৰিবা?