ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১৩
  • তাড়নাৰ সত্ত্বেও আনন্দিত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তাড়নাৰ সত্ত্বেও আনন্দিত থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আপুনি তাড়নাৰ সন্মুখীন হʼব পাৰে
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও আনন্দিত হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১৩
“আমি আনন্দত থাকিব পাৰোঁ . . . তাড়নাৰ সত্ত্বেও” নামৰ ভিডিঅʼখনৰ দৃশ্য। ছবি: কʼনষ্টেনটিন বাজহেনʼবে জেলত ১. বাইবেল পঢ়ি আছে। ২. প্ৰাৰ্থনা কৰি আছে। ৩. ৰাজ্যগীত গাই আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

তাড়নাৰ সত্ত্বেও আনন্দিত থাকক

খ্ৰীষ্টানসকলে জানে যে তেওঁলোকক অত্যাচাৰ কৰা হʼব। (যোহ ১৫:২০) যেতিয়া এনে হয়, তেতিয়া আমি চিন্তিত হওঁ আৰু আমাক কিছুমান সমস্যাৰো সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমি যদি এইবোৰ ধৈৰ্য্যেৰে সন্মুখীন হওঁ, তেনেহʼলে আমি তাড়নাৰ সন্মুখীন হোৱাৰ সময়তো আনন্দিত হৈ থাকিব পাৰিম।—মথি ৫:১০-১২; ১ পিত ২:১৯, ২০.

আমি আনন্দত থাকিব পাৰোঁ . . . তাড়নাৰ সত্ত্বেও নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

ভাই বাজহেনʼবৰ অনুভৱৰ পৰা আপুনি তলত দিয়া কথাবোৰৰ বিষয়ে কি শিকিলে?

  • প্ৰতিদিনে বাইবেল পঢ়া

  • ভাই-ভনীসকলৰ পৰা পোৱা সহায়a

  • বাৰে বাৰে প্ৰাৰ্থনা কৰা

  • ৰাজ্য গীত গোৱা

  • নিজৰ বিশ্বাসৰ বিষয়ে লোকসকলৰ লগত কথা পতা

a জেলত বন্দী হৈ থকা আমাৰ ভাই-ভনীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি তেওঁলোকৰ নাম লৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমাৰ চিঠিবোৰ এনে ভাই-ভনীসকলক পঠিয়াই দিয়াটো শাখা কাৰ্য্যালয়ৰ বাবে সম্ভৱ নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক