ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৭
  • “আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • এজনী বেয়া ৰাণীয়ে শাস্তি পালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • দুষ্ট ৰাণী ঈজেবল
    বাইবেলৰ কাহিনী
  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

“আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮

“আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব” আহাবৰ বংশৰ বিষয়ে সময় ৰেখা

যিহূদাৰ ৰাজ্য

যিহোচাফট ৰজা হয়

ক. ৯১১ বছৰ খ্ৰীষ্টপূৰ্ব: যোৰাম (যিহোচাফটৰ পুত্ৰ; অথলিয়াৰ স্বামী, যি আহাব আৰু ঈজেবলৰ জীয়েক হয়) অকলেই শাসন কৰিব ধৰিলে

ক. ৯০৬ বছৰ খ্ৰীষ্টপূৰ্ব: অহজিয়াই (আহাব আৰু ঈজেবলৰ নাতি) ৰজা হয়।

ক. ৯০৫ বছৰ খ্ৰীষ্টপূৰ্ব: অথলিয়াই ৰাজবংশৰ সকলোকে হত্যা কৰি নিজে ৰাণী হয়। তেওঁৰ কেৱল এজন নাতিয়েক যোৱাচক বচোৱা হʼল আৰু মহাপুৰোহিত যিহোয়াদাই তেওঁক লুকুৱাই ৰাখিলে।—২ৰাজা ১১:১-৩.

৮৯৮ বছৰ খ্ৰীষ্টপূৰ্ব: যোৱাচ ৰজা হয়। যিহোয়াদা পুৰোহিতে ৰাণী অথলিয়াক মাৰি পেলায়।—২ৰাজা ১১:৪-১৬.

ইস্ৰায়েলৰ ৰাজ্য

ক. ৯২০ বছৰ খ্ৰীষ্টপূৰ্ব: অহজিয়া (আহাব আৰু ঈজেবলৰ পুত্ৰ) ৰজা হয়

ক. ৯১৭ বছৰ খ্ৰীষ্টপূৰ্ব: যোৰাম (আহাব আৰু ঈজেবলৰ পুত্ৰ) ৰজা হয়

ক. ৯০৫ বছৰ খ্ৰীষ্টপূৰ্ব: যেহূয়ে ইস্ৰায়লৰ ৰজা যোৰাম, তেওঁৰ ভাইসকলক আৰু তেওঁৰ মাকক (ঈজেবল) হত্যা কৰে। তেওঁ যিহূদাৰ ৰজা অহজিয়া আৰু তেওঁৰ ভাইসকলকো হত্যা কৰে।—২ৰাজা ৯:১৪–১০:১৭

ক. ৯০৪ বছৰ খ্ৰীষ্টপূৰ্ব: যেহূ শাসন কৰিবলৈ ধৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক