ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৭
  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • “আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোয়াদাৰ সাহস
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে

অথলিয়াই সকলো ৰাজবংশকে হত্যা কৰিলে, যাতে তেওঁ যিহূদাত শাসন কৰিব পাৰে (২ৰাজা ১১:১; lfb-HI ১২৮ ¶১-২; “‘আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব’—২ৰাজা ৯:৮” নামৰ তালিকা চাওক)

যিহোচেবাই যোৱাচক লুকুৱাই ৰাখিলে, যি জনে ৰাজসিংহাসনত বহিবলগীয়া আছিল (২ৰাজা ১১:২, ৩)

যিহোয়াদা মহাপুৰোহিতে যোৱাচক ৰজা পাতিলে আৰু অথলিয়াক মাৰি পেলালে, যি আহাবৰ বংশত হয়তো অকলেই বাচি আছিল (২ৰাজা ১১:১২-১৬; lfb-HI ১২৮ ¶৩-৪)

ধ্যানৰ বাবে প্ৰশ্ন: এই ঘটনাৰ পৰা হিতোপদেশ ১১:২১ আৰু উপদেশক ৮:১২, ১৩ পদত লিখা কথাবোৰ কেনেকৈ সঁচা বুলি প্ৰমাণ হৈছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক