ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৪
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সময় বহুত কম আছে বুলি সদায় মনত ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে

যেতিয়া বহুত আকাল হৈছিল, তেতিয়া যিহোৱাই কৈছিল যে অহাকালি খোৱা-বোৱা বস্তু বহু পৰিমাণে পোৱা যাব (২ৰাজা ৭:১; it-১-E ৭১৬-৭১৭)

ইস্ৰায়েলৰ এজন সেনা অধিকাৰীয়ে যিহোৱাৰ এই প্ৰতিজ্ঞাক ঠাট্টা কৰিলে (২ৰাজা ৭:২)

লোকসকলে যাৰ বিষয়ে আশাই কৰা নাছিল, সেয়া যিহোৱাই কৰি দেখুৱালে (২ৰাজা ৭:৬, ৭, ১৬-১৮)

যিহোৱাৰ সাক্ষী এহাল দম্পতীয়ে কফি শ্বপত কফি খাবলৈ গৈছে আৰু তাত তেওঁলোকে টিভিত নিউজ চাইছে। নিউজত দেখুৱা হৈছে যে পৃথিৱীৰ ডাঙৰ ডাঙৰ নেতাসকলে একেলগে গোট খাইছে। কফি শ্বপত বহা সকলোৱে মন দি সেই নিউজটো চাই আছে।

যিহোৱাই কৈছে যে লোকসকলে আশা নকৰা সময়ত হঠাতে পৃথিৱীৰ অন্ত হʼব। (১থিচ ৫:২, ৩) যিহোৱাৰ কথাৰ ওপৰত বিশ্বাস কৰা কিয় অতি প্ৰয়োজন?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক