ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ২
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাৰ ডাঙৰ সেনা-বাহিনী
    বাইবেলৰ পৰা শিকোঁ আহা
  • “তোমাৰ লৰাক লোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ২
ইলীচাই নিজৰ সেৱকক ঘোঁৰা আৰু অগ্নি ৰথৰ এটা ডাঙৰ সেনা-বাহিনীৰ ফালে দেখাই আছে, যিয়ে অৰামীয়াৰ সেনা-বাহিনীক বেৰি ধৰিছে। এয়া দেখি তেওঁৰ সেৱকজন আচৰিত হৈছে।

ইলীচাই নিজৰ সেৱকক এইদৰে কৈছে, “সিহঁতৰ সঙ্গীবোৰত্‌কৈ আমাৰ সঙ্গী অধিক।”—২ৰাজা ৬:১৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক

ইলীচা আৰু তেওঁৰ সেৱকক শত্ৰুসকলে বেৰি ধৰিছিল (২ৰাজা ৬:১৩, ১৪; lfb-HI ১২৬ ¶১-২)

ইলীচাই ভয় নকৰিলে আৰু নিজৰ সেৱকক সাহস দিলে (২ৰাজা ৬:১৫-১৭; w১৩-HI ৮/১৫ ৩০ ¶২; বেটুপাতত দিয়া ছবিখন চাওক)

যিহোৱাই আচৰিতভাৱে ইলীচা আৰু তেওঁৰ সেৱকৰ জীৱন ৰক্ষা কৰিলে (২ৰাজা ৬:১৮, ১৯; it-১-E ৩৪৩ ¶১)

পুলিচ আৰু কিছুমান সৈনিকে অস্ত্ৰ-শস্ত্ৰ লৈ এটা ৰাস্তাত খোজ কাঢ়ি আছে আৰু যীচু খ্ৰীষ্ট আৰু তেওঁৰ সৈন্যই স্বৰ্গৰ পৰা তেওঁলোকক চাই আছে। এজন ভায়ে দুজন সাক্ষীক ঘৰৰ ভিতৰত নিছে।

আমাৰ বিৰোধীসকলতকৈ যিহোৱা বহুত শক্তিশালী হয়। কল্পনা কৰকচোন, স্বৰ্গত আপুনি জুমি চাইছে আৰু যিহোৱাই নিজৰ স্বৰ্গদূতসকলৰ যোগেদি আমাক কেনেকৈ বচাইছে, তাক আপুনি দেখা পাইছেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক