ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১২
  • প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ ডাঙৰ সেনা-বাহিনী
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপুনি বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১২
এলিয়াই নিজৰ ভৱিষ্যতবক্তাৰ চোলাৰে কেনেকৈ যৰ্দ্দন নদী দুভাগ কৰিছে, সেয়া ইলীচাই চাই আছে।

এলিয়াই আচৰিত কাম কৰাটো ইলীচাই চাই আছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ

[২ ৰাজাৱলি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

ইলীচাই এলিয়াক আচৰিত কাম কৰা দেখিলে (২ৰাজা ২:৮; w১৫-HI ৪/১৫ ১৩ ¶১৫; বেটুপাতত দিয়া ছবিখন চাওক)

ইলীচা নম্ৰ আছিল। তেওঁ এলিয়াৰ পৰা যি শিকিছিল, তাৰ অনুসৰি কাম কৰিছিল (২ৰাজা ২:১৩, ১৪; w১৫-HI ৪/১৫ ১৩ ¶১৬)

এজন ভায়ে এজন প্ৰাচীনৰ আগত নিজৰ ভাষণৰ ৰিহৰ্চল কৰি আছে। সেই প্ৰাচীনজনে “শিক্ষা” ব্ৰচাৰখন খুলি ৰাখিছে।

যিহোৱাই মণ্ডলীত আনক প্ৰশিক্ষণ বা ট্ৰেইনিং দিবলৈ প্ৰাচীনসকলক দায়িত্ব দিছে। (২তীম ২:২) সেইবাবে, প্ৰাচীনসকলৰ পৰা শিকিবলৈ বা প্ৰশিক্ষণ লʼবলৈ সাজু থাকক, নম্ৰ আৰু ভৰসাযোগ্য হওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক