ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৩
  • সময় বহুত কম আছে বুলি সদায় মনত ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সময় বহুত কম আছে বুলি সদায় মনত ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ ধৈৰ্য্য ধৰাৰ এক সীমা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আমি কিয় নম্ৰ হোৱা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “তোমাৰ লৰাক লোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সময় বহুত কম আছে বুলি সদায় মনত ৰাখক

বহু বছৰলৈকে যিহোৱাই যিহূদাৰ লোকসকলক সাৱধানবাণী দি আছিল যে যদি তেওঁলোকে বেয়া কামবোৰ কৰিবলৈ এৰি নিদিয়ে, তেন্তে যিহোৱাই তেওঁলোকক ত্যাগ কৰিব (২ৰাজা ২৪:২, ৩; w০১ ২/১ ১৮ ¶২)

যিহোৱাই খ্ৰীষ্টপূৰ্ব ৬০৭-ত বাবিলৰ লোকসকলৰ যোগেদি যিৰূচালেমক ধ্বংস কৰিলে (২ৰাজা ২৫:৮-১০; w০৭-HI ৪/১ ১১ ¶১০)

যিহোৱাৰ সাৱধানবাণীত মন দিয়া লোকসকলক তেওঁ ৰক্ষা কৰিলে (২ৰাজা ২৫:১১)

এজন ভায়ে লাঞ্চ ব্ৰেকৰ সময়ত নিজৰ লগত কাম কৰা এজন ব্যক্তিক প্ৰচাৰ কৰি আছে।

আমাৰ সময়তো যিহোৱাই বহু বছৰৰ পৰা জগতৰ লোকসকলক সাৱধানবাণী দি আছে যে তেওঁ “ভক্তিহীন” মানুহবিলাকক শাস্তি দিব।—২পিত ৩:৭.

নিজকে সোধক: ‘মই সুযোগ বিচাৰি ঈশ্বৰৰ সাৱধানবাণীৰ ওপৰত ধ্যান দিবলৈ লোকসকলক সহায় কৰোঁনে?’—২তীম ৪:২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক