ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ২
  • আমি কিয় নম্ৰ হোৱা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি কিয় নম্ৰ হোৱা উচিত?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যোচিয়াৰ বন্ধু
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • যোচিয়াই ঈশ্বৰৰ নিয়মক বহুত প্ৰেম কৰিছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • সময় বহুত কম আছে বুলি সদায় মনত ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ২
ৰজা যোচিয়াৰ সচিব চাফনে নুৰাৰ পৰা কিবা পঢ়ি থকাৰ সময়ত তেওঁ নম্ৰতাৰে শুনি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আমি কিয় নম্ৰ হোৱা উচিত?

যোচিয়াই হৃদয়ৰ পৰা যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল (২ৰাজা ২২:১-৫)

যোচিয়া নম্ৰ আছিল, সেইবাবে তেওঁ নিজৰ লোকসকলৰ ভুল স্বীকাৰ কৰিলে (২ৰাজা ২২:১৩; w০০-HI ৯/১৫ ২৯-৩০)

যোচিয়া নম্ৰ আছিল, সেইবাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে (২ৰাজা ২২:১৮-২০; w০০-HI ৯/১৫ ৩০ ¶২)

আমি নম্ৰ হৈ যিহোৱাৰ পৰা পৰামৰ্শ লোৱা উচিত, নিজৰ ভুলবোৰ স্বীকাৰ কৰা উচিত আৰু নিজকে শুধৰণি কৰা উচিত। এনে কৰিলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব আৰু আমাক আশীৰ্বাদ দিব।—যাকো ৪:৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক