ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৫
  • ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • জ্ঞানী ৰজা চলোমন
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৫
ৰজা চলোমনে এটা নিৰ্ণয় লʼবলৈ ভাবি আছে। ১. গঢ় থকা এখন চহৰ। ২. ঘোঁৰা আৰু ৰথ। ৩. দুজন ব্যক্তিয়ে শিলৰ দেৱাল বনাবলৈ বহুত পৰিশ্ৰম কৰি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে

[১ বংশাৱলি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

চলোমনে মিচৰ দেশৰ পৰা ঘোঁৰা আৰু ৰথ অনাইছিল (দ্বিতী ১৭:১৫, ১৬; ২বং ১:১৪, ১৭)

এইদৰে চলোমনে নিজৰ সেনা বঢ়ালে আৰু এইবোৰ চোৱা-চিতা কৰিবলৈ তেওঁ বহুতো লোকক কামত ৰাখিলে আৰু বহুতো চহৰ বনালে (২বং ১:১৪; it-১-E ১৭৪¶৫; ৪২৭)

যদিও চলোমনৰ ৰাজ্যত লোকসকলে বহু বছৰলৈকে শান্তিৰে জীয়াই আছিল, কিন্তু পাছত তেওঁ লোকসকলৰ ওপৰত ডাঙৰ ডাঙৰ বোজা দিলে। তাৰ পাছত যেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম ৰজা হʼল, তেতিয়া তেওঁ এই বোজা আঁতৰুৱাৰ পৰিৱৰ্তে আৰু বঢ়ালেহে। সেইবাবে, লোকসকলে বিদ্ৰোহ কৰিলে। (২বং ১০:৩, ৪, ১৪, ১৬) ইয়ে দেখুৱাই যে আমি লোৱা ভুল নিৰ্ণয়ৰ পৰিণাম এদিন নহয় এদিন ভুগিবই লাগিব।—গালা ৬:৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক