ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৪
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আনক যিহোৱাৰ দৃষ্টিৰে চাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”

শক্ৰসকলে যেতিয়া আক্ৰমণ কৰিবলগীয়া আছিল, তেতিয়া যিহোচাফট আৰু যিহূদাৰ লোকসকলকে যিহোৱাৰ পৰা সহায় বিচাৰিলে (২বং ২০:১২, ১৩; w১৪-HI ১২/১৫ ২৩-২৪ ¶৮)

যিহোৱাই নিজৰ লোকসকলৰ সাহস বঢ়ালে আৰু স্পষ্টকৈ জনালে যে তেওঁলোকে কি কৰিব লাগে (২বং ২০:১৭)

যিহোৱাই নিজৰ লোকসকলক বচালে, কিয়নো তেওঁলোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিলে (২বং ২০:২১, ২২, ২৭; w২১.১১ ১৬ ¶৭)

সাক্ষীসকলৰ এটা সৰু সমূহে এখন ঘৰত সভাৰ বাবে গোট খাইছে আৰু সেই সময়ত পুলিচে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সোমাই আহিছে।

মহাক্লেশৰ সময়ছোৱাত যেতিয়া গোগে যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়া আমি যিহোৱাৰ ওপৰত বিশ্বাস কৰা আৰু নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা ৰখাটো অতি প্ৰয়োজন। এইদৰে কৰিলে আমি ভয় নকৰিম।—২বং ২০:২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক