ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৬
  • ‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ভাল পৰামৰ্শ পালন কৰাৰ লাভ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপুনি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’

মন্দিৰক যিহোৱাই নিজৰ কাৰণে বাছনি কৰিলে (২বং ৭:১১, ১২)

যিহোৱাই কৈছিল যে তেওঁৰ মন সদায় এই মন্দিৰত থাকিব। অৰ্থাৎ সেই মন্দিৰত কি হৈ আছে, সেয়া জানিবলৈ তেওঁ সদায় আগ্ৰহী হৈ থাকিব (২বং ৭:১৬; w০২ ১১/১ ৫ ¶১)

যিহোৱাই কৈছিল যে ইস্ৰায়েলীসকলে যদি “সকলো হৃদয়েৰে” সঠিক পথত যাবলৈ এৰি দিয়ে, তেনেহʼলে তেওঁ মন্দিৰক ধ্বংস হʼবলৈ দিব (২ বং ৬:১৪; ৭:১৯-২১; it-২-E ১০৭৭-১০৭৮)

ছবি: উপাসনা কৰাৰ বেলেগ বেলেগ উপায়। ১. এজন ভায়ে প্ৰাৰ্থনা কৰি আছে। ২. এজনী ভনীয়ে সভাত উত্তৰ দি আছে। ৩. এহাল দম্পতীয়ে একেলগে মিলি প্ৰচাৰ কৰি আছে। ৪. এজন ভায়ে ৰাজ্যগৃহৰ চাফ-চিকুণ কৰি আছে। ৫. এজন ভায়ে নিজৰ পত্নী আৰু দুটি সন্তানৰ লগত মিলি পাৰিবাৰিক উপাসনা কৰি আছে। ৬. এজনী ভনীয়ে বাইবেল পঢ়ি আছে। ৭. এজনী ভনীয়ে দান-পাত্ৰত দান দি আছে।

মন্দিৰৰ উদ্ঘাটনৰ সময়ত ইস্ৰায়েলীসকলে হয়তো ভাবিছিল যে তেওঁলোকৰো মন সদায় মন্দিৰত থাকিব। কিন্তু দুখৰ বিষয় যে লাহে লাহে তেওঁলোকৰ মন সলনি হʼল আৰু তেওঁলোকে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিলে।

নিজকে সোধক: ‘মই সকলো হৃদয়েৰে যিহোৱাৰ উপাসনা কৰোঁ বুলি কেনেকৈ দেখুৱাওঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক