ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১২
  • ভাল পৰামৰ্শ পালন কৰাৰ লাভ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল পৰামৰ্শ পালন কৰাৰ লাভ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আনৰ পৰামৰ্শ কিয় লোৱা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ‘সদায় এই ভৱনলৈ মোৰ মন থাকিব’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ভাল পৰামৰ্শ পালন কৰাৰ লাভ

ৰহবিয়ামক এটা নিৰ্ণয় লʼবলগীয়া আছিল (২বং ১০:১-৪; w১৮.০৬-HI ১৩ ¶৩)

ৰহবিয়ামে আনৰ পৰা পৰামৰ্শ লʼলে (২বং ১০:৬-১১; w০১-HI ৯/১ ২৮-২৯)

ৰহবিয়ামে ভাল পৰামৰ্শ নামানিলে, সেইবাবে তেওঁ আৰু তেওঁৰ প্ৰজাক বেয়া পৰিণাম ভুগিবলগীয়া হʼল (২বং ১০:১২-১৬; it-২-E ৭৬৮ ¶১)

হোটেলত এজনী যুৱতী ভনীয়ে এগৰাকী বৃদ্ধৰ ভনীৰ কথা মনোযোগেৰে শুনি আছে।

বৃদ্ধ আৰু পৰিপক্ক খ্ৰীষ্টানসকলৰ বহুতো অভিজ্ঞতা থাকে। সেইবাবে, কোনো এটা নিৰ্ণয়ৰ পৰিণাম কি হʼব, তাৰ বিষয়ে তেওঁলোকে আগতীয়াকৈ অনুমান কৰিব পাৰে।—ইয়ো ১২:১২.

নিজকে সোধক: ‘মণ্ডলীত মই কাৰ পৰা ভাল পৰামৰ্শ পাব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক