ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ২
  • আনক যিহোৱাৰ দৃষ্টিৰে চাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনক যিহোৱাৰ দৃষ্টিৰে চাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাৰ ওপৰত যিহোচাফটৰ ভৰসা
    বাইবেলৰ কাহিনী
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আনক যিহোৱাৰ দৃষ্টিৰে চাওক

ৰজা যিহোচাফটে ৰজা আহাবৰ লগত সম্পৰ্ক ৰাখি মূৰ্খতাৰ কাম কৰিলে (২বং ১৮:১-৩; w১৭.০৩-HI ২৪-২৫ ¶৭)

যিহোচাফটক শুধৰণি কৰিবলৈ যিহোৱাই যেহূক তেওঁৰ ওচৰলৈ পঠিয়ালে (২বং ১৯:১, ২)

যিহোৱাই যিহোচাফটৰ ভাল কামবোৰ মনত ৰাখিলে (২বং ১৯:৩; w১৫-HI ৮/১৫ ১১-১২ ¶৮-৯)

এজন ভায়ে ৰাজ্যগৃহ চাফ-চিকুন কৰাৰ পৰিৱৰ্তে হাঁহি হাঁহি আন এজন ভাই আৰু তেওঁৰ লʼৰাৰ লগত কথা পাতি আছে আৰু এয়া চাই আন এজন ভাইৰ খং উঠিছে।

নিজকে সোধক, ‘মই ভাই-ভনীসকলৰ ভুলবোৰ পাহৰি যাওঁনে আৰু যিহোৱাৰ দৰে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিওঁনে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক