ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ১৩
  • আপুনি বাইবেলৰ অডিঅʼ ৰেকডিং শুনেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি বাইবেলৰ অডিঅʼ ৰেকডিং শুনেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • প্ৰতিদিনে বাইবেল পঢ়িবলৈ কি কৰিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপুনি কেতিয়াবা চিন্তা কৰিছেনে?
    সচেতন থাকক!—২০১৯
  • আকালৰপৰা ৰক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ১৩
ছবি: বাইবেলৰ অডিঅʼ ৰেকডিং শুনি আছে। ১. বাহিৰত থকাৰ সময়ত এজন ভায়ে নিজৰ মোবাইলত অডিঅʼ বাইবেলৰ ৰেকডিং শুনি আছে। ২. এগৰাকী মাতৃয়ে নিজৰ সৰু ছোৱালীজনীৰ লগত চাউণ্ড ডিভাইজত বাইবেলৰ অডিঅʼ ৰেকডিং শুনি আছে আৰু লগতে বাইবেলৰ পৰা পঢ়ি আছে। ৩. এজনী ভনীয়ে গাড়ীত গৈ থকাৰ সময়ত নিজৰ মোবাইলত হেডফোনৰ যোগেদি বাইবেলৰ অডিঅʼ ৰেকডিং শুনি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি বাইবেলৰ অডিঅʼ ৰেকডিং শুনেনে?

অডিঅʼ বাইবেল কি হয়? এয়া নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলৰ অডিঅʼ ৰেকডিং হয়। ইয়াক লাহে লাহে বহুতো ভাষাত উপলব্ধ কৰা হৈছে। এই ৰেকডিঙৰ এটা বিশেষ কথা হৈছে যে বেলেগ বেলেগ চৰিত্ৰৰ কাৰণে বেলেগ বেলেগ লোকৰ মাত লোৱা হৈছে। ইয়াত সঠিক শব্দবোৰত জোৰ দিয়া হৈছে আৰু সঠিক ভাৱনাৰে সৈতে পঢ়া হৈছে। সেইবাবে, বাইবেলৰ বাৰ্তাক সঠিকভাৱে বুজিব পৰা যায়।

অডিঅʼ বাইবেলৰ পৰা কিছুমান লোকৰ কি লাভ হৈছে? কিছুমান লোকে নিয়মীয়াকৈ বাইবেলৰ অডিঅʼ ৰেকডিং শুনি ভাল পাই, কিয়নো ইয়াৰ পৰা বাইবেলৰ ঘটনাবোৰ তেওঁলোকক জীৱন্ত যেন লাগে। যেতিয়া তেওঁলোকে বেলেগ বেলেগ চৰিত্ৰৰ মাতবোৰ শুনে, তেতিয়া বাইবেলৰ ঘটনাবোৰ আৰু ভালদৰে কল্পনা কৰিব পাৰে। এইদৰে তেওঁলোকে বাইবেলৰ কথাবোৰ আৰু ভালদৰে বুজি পায়। (হিতো ৪:৫) বহুতো লোকে অনুভৱ কৰিছে যে যেতিয়া কিবা সমস্যাই তেওঁলোকক আৱৰি ধৰে, তেতিয়া বাইবেলৰ অডিঅʼ ৰেকডিং শুনি তেওঁলোকে শান্তি লাভ কৰিছে।—গীত ৯৪:১৯.

যেতিয়া ঈশ্বৰৰ বাক্যৰ কথাবোৰ জুৰেৰে পঢ়ি শুনোৱা হয়, তেতিয়া ইয়ে আমাৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। (২বং ৩৪:১৯-২১) যদি আপোনাৰ ভাষাত সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছুমান কিতাপৰ ৰেকডিং আছে, তেনেহʼলে আপুনি ইয়াক নিয়মীয়াকৈ শুনাৰ অভ্যাস কৰিব পাৰেনে?

অডিঅʼ বাইবেলৰ ৰেকডিং—এক আভাস নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

অডিঅʼ বাইবেলখন যিদৰে ৰেকডিং কৰা হৈছে, তাৰ কি কথা আপোনাক ভাল লাগে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক