ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g19 নং ১ পৃষ্ঠা ১৬
  • আপুনি কেতিয়াবা চিন্তা কৰিছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি কেতিয়াবা চিন্তা কৰিছেনে?
  • সচেতন থাকক!—২০১৯
  • মিল থকা বিষয়
  • JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
    জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আমাৰ ৱেবছাইটত কি কি আছে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আৰু চাওক
সচেতন থাকক!—২০১৯
g19 নং ১ পৃষ্ঠা ১৬

আপুনি কেতিয়াবা চিন্তা কৰিছেনে?

এজন পিতৃ আৰু তেওঁৰ লʼৰাই একেলগে jw.org চাই আছে
  • যদি ঈশ্বৰে আমাক প্ৰেম কৰে, তেনেহʼলে হাজাৰ হাজাৰ বছৰৰ পৰা তেওঁ কিয় দুখ-কষ্ট থাকিব দিছে?

  • দুষ্টতাৰ অন্ত হʼব বুলি আমি কেনেকৈ ভৰসা কৰিব পাৰোঁ?

  • ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বাইবেলত যি লিখা আছে, সেইবোৰ নিশ্চয় পূৰ হʼব বুলি আমি কেনেকৈ জানোঁ?

  • বাইবেলৰ পৰামৰ্শ পালন কৰিলে মই লাভৱান হʼমনে?

আমাৰ সৃষ্টিকৰ্তা আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ বাইবেলত এই সকলো প্ৰশ্নৰ উত্তৰ দিছে। এই বিষয়ে আপুনি আমাৰ ৱেবছাইট www.jw.org-ত পঢ়িব পাৰে। এয়া বাইবেলৰ শিক্ষা দিয়া ৱেবছাইট হয়।

এই ৱেবছাইটত বহুতো লেখ, অডিঅʼ ৰেকৰ্ডিং, ভিডিঅʼ, সাক্ষাৎকাৰ, ক্ৰিয়াকলাপ, কিতাপ-পত্ৰিকা আৰু বাইবেল উপলব্ধ আছে। এই সকলোবোৰ বিনামূলীয়া। এই ৱেবছাইটত আপুনি কোনো কথাৰ বাবে বাধ্য হʼব নালাগিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক