জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
ইয়াৰ উত্তৰবোৰ . . .
বিজ্ঞানে?
শিক্ষায়?
নে বাইবেলে দিব?
এজন বাইবেলৰ লেখকে ঈশ্বৰক এইদৰে কৈছিল
“মোক জ্ঞান দান কৰা . . . তোমাৰ বাক্যৰ সমষ্টি সত্য।”—গীতমালা ১১৯:১৪৪, ১৬০, পবিত্ৰ বাইবেল O.V. (Ref.)
লাখ লাখ লোকে বাইবেলৰপৰা উত্তৰ পাই লাভৱান হৈছে।
আপুনিও লাভৱান হ’ব বিচাৰেনে?
jw.org® ৱেবছাইটে আপোনাক সহায় কৰিব।
অনলাইনত পঢ়ক
শ শ ভাষাত বাইবেল
বাইবেলৰ প্ৰশ্নবোৰৰ উত্তৰ
পৰিয়ালৰ বাবে সহায়
বাইবেল আধাৰিত ভিডিঅ’বোৰ চাওক
শিশুসকলৰ বাবে শিক্ষা আৰু গীত
কিশোৰসকলৰ বাবে উপদেশ
কাৰ্য্যৰ যোগেদি বিশ্বাস
প্ৰকাশনবোৰৰ ডাউনল’ড
ব্ৰচাৰ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰ
আলোচনী প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক!
নিম্নলিখিত কোনটো প্ৰশ্ন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ?
এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
দুখ-কষ্টৰ অন্ত হ’বনে?
মৃত লোকসকল পুনৰ জীৱিত হ’বনে?
এই প্ৰশ্নবোৰৰ বাইবেল আধাৰিত উত্তৰ jw.org ৱেবছাইটত চাওক।
(এই ট্ৰেক্ট কেইখন পঢ়িবলৈ বা ডাউনল’ড কৰিবলৈ প্ৰকাশনবোৰ > কিতাপ আৰু ব্ৰচাৰ চাওক)