ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৫
  • আজ্ঞা নমনাৰ বেয়া পৰিণাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আজ্ঞা নমনাৰ বেয়া পৰিণাম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ সেৱা কৰাটো কঠিন নহয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ সেৱাৰ বাবে নিজকে দি দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • বাইবেলত কাহিনী নহয়, সঁচা ঘটনাবোৰ লিখা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আজ্ঞা নমনাৰ বেয়া পৰিণাম

কিছুমান ইস্ৰায়েলীয়ে মূৰ্তি পূজা কৰা তিৰোতাসকলক বিয়া পাতিছিল (ইজ্ৰা ৯:১, ২; w০৬-HI ১/১৫ ২০ ¶১)

যিহোৱাই এনে কৰিবলৈ মানা কৰিছিল, তথাপি ইস্ৰায়েলীসকলে তেওঁৰ আজ্ঞা নামানিলে (ইজ্ৰা ৯:১০-১২)

আজ্ঞা নমনাৰ বাবে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালে বহুতো সমস্যাৰ সন্মুখীন হʼল (ইজ্ৰা ১০:১০, ১১, ৪৪)

এজনী ভনীয়ে যিহোৱাৰ সাক্ষী নোহোৱা এজন ব্যক্তিৰ লগত বিয়া হৈছে আৰু তেওঁলোকৰ এটি সন্তান আছে। আগতে যেতিয়া তাই উৎসাহেৰে যিহোৱাৰ সেৱা কৰিছিল, সেই দিনবোৰৰ বিষয়ে তাই চিন্তা কৰি আছে। তাইৰ ওচৰৰ টেবুলত চিগাৰেটৰ টুকুৰা পৰি আছে আৰু চʼফাত তাইৰ মদাহী স্বামী শুই আছে।

যিহোৱাই আমাক যিবোৰ আজ্ঞা দিছে, সেইবোৰ আমাৰ লাভৰ কাৰণে হয়। (w১০-HI ৭/১ ১৬ ¶৬) সেইবোৰ মানিলে আজি আমি বহুতো সমস্যাৰ পৰা বাচিম আৰু ভৱিষ্যতে বহুতো আশীৰ্বাদ পাম।

নিজকে সোধক: ‘যিহোৱাৰ আজ্ঞা পালন কৰাৰ বাবে মই কেনেকৈ সমস্যবোৰৰ পৰা বাচি থাকিব পাৰিলোঁ?ʼ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক