ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১৫
  • “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাৰ সেৱা কৰাটো কঠিন নহয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বাইবেলত কাহিনী নহয়, সঁচা ঘটনাবোৰ লিখা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ঈশ্বৰ প্ৰেৰণাৰে লিখা এটি গীতৰ উদাহৰণৰপৰা শিকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইয়োবৰ দৰে আপুনি ভাল নাম অৰ্জন কৰিছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”

যিহোৱাক প্ৰেম কৰক আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰক (দ্বিতী ১০:১২, ১৩; w১০-HI ৭/১ ১৬ ¶৩-৪)

আজ্ঞাবোৰ পালন কৰিলে আমাৰেই লাভ হʼব (দ্বিতী ১০:১৩; w১০-HI ৭/১ ১৬ ¶৬)

আমি যিহোৱাৰ কাষ চাপি অহাটো তেওঁ বিচাৰে (দ্বিতী ১০:১৫; cl-HI ১৬ ¶২)

যিহোৱাই তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ আমাক হেঁচা নিদিয়ে। ইয়াৰ পৰিৱৰ্তে, আমি তেওঁক প্ৰেম কৰা আৰু “অন্তঃকৰণে সৈতে” তেওঁৰ আজ্ঞাবোৰ পালন কৰাটো যিহোৱাই বিচাৰে। (ৰোম ৬:১৭) যিসকলে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰে, তেওঁলোকে এক ভাল জীৱন-যাপন কৰে।

ছবি: এগৰাকী তিৰোতাই যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লৈছে। ১. তাই মদ আৰু চিগাৰেট খাইছে। ২. বাইবেল অধ্যয়ন কৰাৰ সময়ত কিবা এটা কথা তাইৰ হৃদয় স্পৰ্শ কৰিছে। ৩. যিহোৱাৰ সেৱা কৰা বন্ধুসকলৰ লগত তাই আনন্দেৰে কথা পাতিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক