ইয়োবে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক প্ৰকৃত প্ৰেম দেখুৱাই আছে।
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
ইয়োবৰ দৰে আপুনি ভাল নাম অৰ্জন কৰিছেনে?
ইয়োবে লোকসকলৰ দৃষ্টিত এক ভাল নাম অৰ্জন কৰিছিল (ইয়ো ২৯:৭-১১)
সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক ইয়োবে প্ৰকৃত প্ৰেম কৰিছিল বুলি জনাজাত আছিল (ইয়ো ২৯:১২, ১৩; w০২ ৫/১ ৩২ ¶১৯; বেটুপাতত দিয়া ছবিখন চাওক)
ইয়োবে সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল আৰু কাৰোঁ লগত অন্যায় কৰা নাছিল (ইয়ো ২৯:১৪; it-১-E ৬৫৫ ¶১০)
ভাল নাম অৰ্জন কৰাটো ধন-সম্পত্তিতকৈ বেছি মূল্যৱান। (w০৯-E ২/১ ১৫ ¶৩-৪) ইয়াক অৰ্জন কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। সদায় ভাল কাম কৰিলেহে আমি ভাল নাম অৰ্জন কৰিব পাৰিম।
নিজকে সোধক, ‘আনৰ দৃষ্টিত মই কি নাম অৰ্জন কৰিছোঁ? তেওঁলোকে মোৰ কি কি গুণ দেখা পায়?’