ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৯
  • তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ‘মানুহৰ ৰূপত পোৱা উপহাৰৰ’ বাবে কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • “পৌলে . . . ঈশ্বৰৰ স্তুতি কৰি সাহ পালে”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • চাৰ্কিট ওভাৰচিয়াৰে আমাক কেনেকৈ সহায় কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৯
ছবি: এজন চাৰ্কিট ওভাৰচিয়াৰে এখন মণ্ডলীত সাক্ষাৎ কৰি আছে। ১. তেওঁ প্ৰচাৰ সভা চলাই আছে। ২. তেওঁ প্ৰাচীন গোষ্ঠীৰ লগত কথা পাতি আছে। ৩. তেওঁ এজন ডেকা ভাইৰ লগত প্ৰচাৰ কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে

চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ বহুতো ত্যাগ কৰে। আমাৰ নিচিনা তেওঁলোকৰো কিছুমান প্ৰয়োজনীয়তা থাকে। তেওঁলোকেও কেতিয়াবা কেতিয়াবা ভাগৰি যায়, নিৰাশ হয় আৰু চিন্তিত হৈ পৰে। (যাকো ৫:১৭) তথাপিও তেওঁলোকে প্ৰতি সপ্তাহে যিবোৰ মণ্ডলীলৈ যায়, তাৰ ভাই-ভনীসকলক উৎসাহিত কৰাৰ প্ৰতি ধ্যান দিয়ে। সঁচাকৈ, চাৰ্কিট ওভাৰচিয়াৰ ‘দুগুণ সমাদৰ’ পোৱাৰ যোগ্য।—১তীম ৫:১৭.

এবাৰ পাঁচনি পৌলে ৰোমলৈ যোৱাৰ কথা ভাবিছিল যাতে তাত থকা ভাই-ভনীসকলক ‘আত্মিক বৰৰ ভাগী কৰিব’ পাৰে অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আশীৰ্বাদ দিব পাৰে। ইয়াৰ লগতে এজনে-আনজনক “আশ্বাস” দিবলৈ অৰ্থাৎ উৎসাহিত কৰিবলৈ তেওঁলোকক লগ কৰিব বিচাৰিছিল। (ৰোম ১:১১, ১২) আপুনি নিজৰ চাৰ্কিট ওভাৰচিয়াৰক আৰু যদি তেওঁ বিবাহিত, তেনেহʼলে তেওঁৰ পত্নীকো কেনেকৈ উৎসাহিত কৰিব পাৰে, তাৰ বিষয়ে ভাবিছেনে?

গাঁৱত চাৰ্কিট ওভাৰচিয়াৰৰ জীৱন-প্ৰণালী নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে মণ্ডলীৰ ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱাই আৰু ত্যাগ কৰে?

  • তেওঁলোকৰ পৰিশ্ৰমৰ পৰা আপোনাৰ কি লাভ হৈছে?

  • আমি তেওঁলোকক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক