ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমি কেনেকৈ জানিব পাৰোঁ যে আমাৰ দুখ-কষ্টবোৰ ঈশ্বৰে দিয়া শাস্তি নহয়?
পদ: যাকো ১:১৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হওঁ?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হওঁ?
পদ: ১যোহ ৫:১৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: