ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৩
  • যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক

মৰ্দখয় যিহোৱাৰ বিশ্বাসী আৰু বহুত সাহসী আছিল (ইষ্টে ৩:২-৪; it-২-E ৪৩১ ¶৭)

ইষ্টেৰে লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে মৰ্দখয়ে তেওঁক বুজালে (ইষ্টে ৪:৭, ৮; it-২-E ৪৩১ ¶৯)

ইষ্টেৰক সাহসী হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ তেওঁ উৎসাহিত কৰিলে (ইষ্টে ৪:১২-১৪; ia-HI ১৩৩ ¶২২-২৩)

ছবি: ১. এজন প্ৰাচীনে এজন ডেকা ভাইৰ লগত প্ৰচাৰ কৰি আছে আৰু তেওঁক উৎসাহিত কৰিছে। ২. সেই ডেকা ভাইজনে ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত’ যাবলৈ অনলাইন ফৰ্ম পূৰ কৰি আছে। ৩. পাছত সেই ভাইজনে ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ’ পৰা গ্ৰেজুৱেট হৈ আছে।

নিজকে সোধক, ‘যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ ভাই-ভনীসকলক মই মোৰ কথা আৰু কামৰে সহায় কৰোঁ নে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক