ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক

ইষ্টেৰে নিজৰ কথা ক’বলৈ উচিত সময়ৰ অপেক্ষা কৰিলে (ইষ্টে ৭:২; ia-HI ১৪০ ¶১৫-১৬)

তেওঁ ভাবি-চিন্তি আৰু সন্মানেৰে কথা পাতিলে (ইষ্টে ৭:৩; ia-HI ১৪০-১৪১ ¶১৭)

তেওঁ সঁচা কথা কোৱাৰ লগতে সকলোবোৰ স্পষ্টকৈ ক’লে (ইষ্টে ৭:৪; ia-HI ১৪১ ¶১৮-১৯)

এজনী মা আৰু তেওঁৰ ছোৱালীয়ে আহাৰ বনাই থকাৰ সময়ত কথা পাতি আছে আৰু আনন্দিত আছে।

নিজকে সোধক, ‘নিজৰ পৰিয়ালৰ লোসকলৰ লগত কথা পাতোঁতে মই ইষ্টেৰৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক