ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ১৪
  • আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • অবীগল আৰু দায়ূদ
    বাইবেলৰ কাহিনী
  • ঈশ্বৰ যিহোৱাৰ পৰা সাহস লাভ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ১৪
ছবি: ১. অবীগল আৰু তাইৰ সেৱকসকলে আহাৰ লৈ অনা দেখি দায়ূদে নিজৰ লোকসকলক ৰখাইছে। ২. অবীগলে নম্ৰ হৈ আঁঠু কাঢ়ি দায়ূদক অনুৰোধ কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?

দায়ূদে নাবলৰপৰা যি বিচাৰিছিল, সেয়া ভুল নাছিল। কিন্তু নাবলে দায়ূদ আৰু তেওঁৰ লোকসকলক অপমান কৰিলে (১চমূ ২৫:৭-১১; ia-HI ৭৮ ¶১০-১২)

দায়ূদে খঙত নাবলৰ ঘৰৰ সকলো পুৰুষক মাৰি পেলাব বিচাৰিছিল (১চমূ ২৫:১৩, ২১, ২২)

অবীগলে দায়ূদক বাধা দিলে। এইদৰে দায়ূদে তেজৰ দোষী হোৱাৰপৰা বাচিব পাৰিলে (১চমূ ২৫:২৫, ২৬, ৩২, ৩৩; ia-HI ৮০ ¶১৮)

নিজকে সোধক: ‘যেতিয়া মই খঙত থাকোঁ বা নিৰাশাত থাকোঁ, তেতিয়া মই নভবা-নিচিন্তাকৈ কাম কৰোঁনে? বজাৰ কৰোঁতে মই যি বস্তু দেখোঁ, সেই সকলো কিনোঁনে? বা মই ভাবি-চিন্তি কাম কৰোঁনে?’—হিতো ১৫:২৮; ২২:৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক